মাৰ্চ ৪-১০
ৰোমীয়া ১২-১৪
গীত ১০৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্ত ব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?”: (১০ মি.)
ৰোম ১২:১০—সংগী খ্ৰীষ্ট ন ভাই-ভনীসকলৰ প্ৰতি প্ৰেম দেখুৱাওক (it-১-E ৫৫)
ৰোম ১২:১৭-১৯—যেতিয়া কোনোবাই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আপুনি প্ৰতিশোধ নল’ব (w০৯-HI ১০/১৫ ৮ ¶৩; w০৭-HI ৭/১ ২৫-২৬ ¶১২-১৩)
ৰোম ১২:২০, ২১—সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰক (w১২-HI ১১/১৫ ২৯ ¶১৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১৩:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। প্ৰশ্নৰ ব্যৱহাৰ নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৩ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১১-E ৯/১ ২১-২২—বিষয়: সত্য খ্ৰীষ্ট নসকলে কিয় কৰ দিয়া উচিত, যদিও সেই কৰ শাস্ত্ৰৰ আধাৰত নোহোৱা কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰে? (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৭৭
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ¶১-১০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৮২ আৰু প্ৰাৰ্থনা