Skip to content

Skip to table of contents

মাৰ্চ ৪-​১০

ৰোমীয়া ১২-​১৪

মাৰ্চ ৪-​১০
  • গীত ১০৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্ত ব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?”: (১০ মি.)

    • ৰোম ১২:১০​​—সংগী খ্ৰীষ্ট ন ভাই-ভনীসকলৰ প্ৰতি প্ৰেম দেখুৱাওক (it-১-E ৫৫)

    • ৰোম ১২:১৭-​১৯​​—যেতিয়া কোনোবাই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আপুনি প্ৰতিশোধ নল’ব (w০৯-HI ১০/১৫ ৮ ; w০৭-HI ৭/১ ২৫-​২৬ ১২-​১৩)

    • ৰোম ১২:২০, ২১​​—সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰক (w১২-HI ১১/১৫ ২৯ ১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ১২:১​​—এই পদৰ অৰ্থ কি? (lv ৭৪-​৭৫ ৫-৬)

    • ৰোম ১৩:১​​—উচ্চ অধিকাৰীসকল কেনেকৈ “ঈশ্বৰৰ দ্বাৰাই নিৰূপিত”? (w০৮-HI ৬/১৫ ৩১ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১৩:​১-​১৪ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৭

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ১-১০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৮২ আৰু প্ৰাৰ্থনা