Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১২-​১৪

খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?

খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?

১২:১০, ১৭-​২১

যদি কোনোবাই আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহ’লে আমি প্ৰতিশোধ লোৱা উচিত নহয়। লগতে খ্ৰীষ্টান হিচাপে আমি তেওঁৰ লগত ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন। আমাক এইদৰে পৰামৰ্শ দিয়া হৈছে: “যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেন্তে তেওঁক ভোজন কৰোৱা; যদি তেওঁৰ পিয়াহ লাগে, তেন্তে জল পান কৰোৱা; তেনে কৰিলে, তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা।” (ৰোম ১২:২০) আমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ লগতো যদি আমি ভাল ব্যৱহাৰ কৰোঁ, তেনেহ’লে তেওঁলোকে যি কৰিছে, তাৰ বাবে অনুশোচনা কৰিব পাৰে।

আপুনি অজানিতে দুখ দিয়া কোনো এজন ব্যক্তিয়ে যদি আপোনাৰ লগত ভাল ব্যৱহাৰ কৰে, তেনেহ’লে আপোনাৰ কেনে লাগে?