Skip to content

Skip to table of contents

মাৰ্চ ১৬-২২

আদিপুস্তক ২৫-২৬

মাৰ্চ ১৬-২২
  • গীত ১৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ বেচে”: (১০ মি.)

    • আদি ২৫:২৭, ২৮—এচৌ আৰু যাকোব যঁজা আছিল, কিন্তু তেওঁলোকৰ ব্যক্তিত্ব আৰু কাম-কাজ বেলেগ বেলেগ আছিল (it-১-E ১২৪২)

    • আদি ২৫:২৯, ৩০—এচৌৱে নিজকে নিয়ন্ত্ৰণ নকৰিলে, কিন্তু ভোক আৰু ভাগৰে যি কৰাইছিল, তাকে কৰিলে

    • আদি ২৫:৩১-৩৪—এসাঁজ আহাৰৰ বাবে অকৃতজ্ঞ এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰক যাকোবক বেচিলে (w১৯.০২-HI ১৬ ১১; it-১-E ৮৩৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৫:৩১-৩৪—এই ঘটনাৰপৰা কেনেকৈ বুজিব পাৰি যে মচীহৰ পুৰ্বপুৰুষ হ’বলৈ জ্যেষ্ঠাধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল? (ইব্ৰী ১২:১৬; w১৭.১২-HI ১৫ ৫-৭)

    • আদি ২৬:৭—ইচহাকে কিয় ৰিবেকাক নিজৰ পত্নী হয় বুলি সঁচা কথা কোৱা নাছিল? (it-২-E ২৪৫ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৬:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৮

  • লোকসকলৰ লগত ঈশ্বৰৰপৰা ভাল খবৰ! নামৰ ব্ৰচাৰখন অধ্যয়ন কৰোতে, ভিডিঅ’বোৰ দেখুৱাওক: (১৫ মি.) আলোচনা। মৃত্যু হ’লে আমাৰ কি হয়? আৰু ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমিত দিছে? নামৰ ভিডিঅ’কেইখন দেখুৱাওক। প্ৰতিখন ভিডিঅ’ দেখুৱাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ভাল খবৰ ব্ৰচাৰখনৰপৰা বাইবেল অধ্যয়ন কৰোতে, আপুনি এই ভিডিঅ’বোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে? (mwb১৯.০৩ ) ভিডিঅ’খনত দেখুৱা কোনটো বিষয় আপোনাৰ শিক্ষা দিয়াত সহায় কৰিব পাৰে? সকলোকে মনত পেলাই দিয়ক যে ভাল খবৰ ব্ৰচাৰখনৰ ডিজিটেল ফৰমেটত ভিডিঅ’ৰ বাবে লিংক দিয়া আছে।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ৮-১৬

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৮১ আৰু প্ৰাৰ্থনা