Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২৫-২৬

এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ বেচে

এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ বেচে

২৫:২৭-৩৪

এচৌৱে “পবিত্ৰ বস্তুবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱা নাছিল।” (ইব্ৰী ১২:১৬, NW) পৰিণামস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠাধিকাৰ বেচিলে। তেওঁ মিছা দেৱতাক উপাসনা কৰা দুগৰাকী তিৰোতাক বিয়া কৰিছিল।—আদি ২৬:৩৪, ৩৫.

নিজকে সোধক: ‘মই কেনেকৈ নিম্নলিখিত বিষয়বোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?’

  • যিহোৱাৰ লগত মোৰ সম্পৰ্ক

  • পবিত্ৰ আত্মা

  • যিহোৱাৰ সাক্ষী হিচাপে পোৱা সন্মান

  • প্ৰচাৰ কাৰ্য্য

  • খ্ৰীষ্টাত সভাবোৰ

  • বিবাহ