মাৰ্চ ২৩-২৯
আদিপুস্তক ২৭-২৮
গীত ১০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে”: (১০ মি.)
আদি ২৭:৬-১০—ৰিবেকাৰ সহায়ত যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰিছিল (w০৪ ৫/১ ৩১ ¶৩-৪)
আদি ২৭:১৮, ১৯—যাকোবে নিজৰ পিতৃৰ ওচৰলৈ এচৌ হৈ আহিছিল (w০৭-E ১০/১ ৩১ ¶২-৩)
আদি ২৭:২৭-২৯—ইচহাকে জ্যেষ্ঠপুত্ৰৰ আশীৰ্বাদ যাকোবক দিলে (it-১-E ৩৪১ ¶৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ২৭:৪৬–২৮:২—বিবাহিত দম্পতিয়ে ইচহাক আৰু ৰিবেকাৰপৰা কি শিকিব পাৰে? (w০৬-HI ৪/১৫ ৬ ¶৩-৪)
আদি ২৮:১২, ১৩—যাকোবে দৰ্শনত দেখা ‘এখন জখলাৰ’ অৰ্থ কি আছিল? (w০৪ ২/১ ৩০ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৭:১-২৩ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ দেখুৱায় যে তেওঁ গৃহস্থৰ কথা শুনিছিল? প্ৰচাৰকজনে কেনেকৈ শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰিছিল? প্ৰচাৰকজনে কেনেকৈ তাইৰ ছোৱালীজনীক প্ৰশিক্ষণ দিছিল?
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ১৭ (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৪
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ¶১৭-২৫
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৫২ আৰু প্ৰাৰ্থনা