Skip to content

Skip to table of contents

মাৰ্চ ২৩-২৯

আদিপুস্তক ২৭-২৮

মাৰ্চ ২৩-২৯
  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে”: (১০ মি.)

    • আদি ২৭:৬-১০—ৰিবেকাৰ সহায়ত যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰিছিল (w০৪ ৫/১ ৩১ ৩-৪)

    • আদি ২৭:১৮, ১৯—যাকোবে নিজৰ পিতৃৰ ওচৰলৈ এচৌ হৈ আহিছিল (w০৭-E ১০/১ ৩১ ২-৩)

    • আদি ২৭:২৭-২৯—ইচহাকে জ্যেষ্ঠপুত্ৰৰ আশীৰ্বাদ যাকোবক দিলে (it-১-E ৩৪১ )

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৭:৪৬–২৮:২—বিবাহিত দম্পতিয়ে ইচহাক আৰু ৰিবেকাৰপৰা কি শিকিব পাৰে? (w০৬-HI ৪/১৫ ৬ ৩-৪)

    • আদি ২৮:১২, ১৩—যাকোবে দৰ্শনত দেখা ‘এখন জখলাৰ’ অৰ্থ কি আছিল? (w০৪ ২/১ ৩০ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৭:১-২৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ দেখুৱায় যে তেওঁ গৃহস্থৰ কথা শুনিছিল? প্ৰচাৰকজনে কেনেকৈ শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰিছিল? প্ৰচাৰকজনে কেনেকৈ তাইৰ ছোৱালীজনীক প্ৰশিক্ষণ দিছিল?

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ১৭ (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন