Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২৭-২৮

যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে

যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে

২৭:৬-১০, ১৮, ১৯, ২৭-২৯

ইচহাকে যাকোবক দিয়া আশীৰ্বাদ এক ভৱিষ্যতবাণী আছিল।

  • ২৭:২৮—যিহোৱাই যাকোবক উত্তৰাধিকাৰী হিচাপে এডোখৰ সাৰুৱা মাটি থকা আৰু “গাখীৰ মৌ বোৱা” এখন দেশ দিছিল।—দ্বিতী ২৬:১৫

  • ২৭:২৯—ইস্ৰায়েলীসকলে (যাকোবৰ বংশধৰ) ইদোমৰ লোকসকলতকৈ (এচৌৰ বংশধৰ) বহুত শক্তিশালী হৈ পৰিছিল।—আদি ২৫:২৩; ২চমূ ৮:১৪

  • ২৭:২৯—ইদোমৰ লোকসকলে ইস্ৰায়েলীসকলক ঘৃণা কৰিছিল। সেইবাবে তেওঁলোকে অভিশপ্ত আছিল আৰু শেষত তেওঁলোকৰ গোটেই ৰাষ্ট্ৰ ধ্বংস কৰা হৈছিল।—যিহি ২৫:১২-১৪