আদিপুস্তক ২৭-২৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে
২৭:৬-১০, ১৮, ১৯, ২৭-২৯
ইচহাকে যাকোবক দিয়া আশীৰ্বাদ এক ভৱিষ্যতবাণী আছিল।
-
২৭:২৮—যিহোৱাই যাকোবক উত্তৰাধিকাৰী হিচাপে এডোখৰ সাৰুৱা মাটি থকা আৰু “গাখীৰ মৌ বোৱা” এখন দেশ দিছিল।—দ্বিতী ২৬:১৫
-
২৭:২৯—ইস্ৰায়েলীসকলে (যাকোবৰ বংশধৰ) ইদোমৰ লোকসকলতকৈ (এচৌৰ বংশধৰ) বহুত শক্তিশালী হৈ পৰিছিল।—আদি ২৫:২৩; ২চমূ ৮:১৪
-
২৭:২৯—ইদোমৰ লোকসকলে ইস্ৰায়েলীসকলক ঘৃণা কৰিছিল। সেইবাবে তেওঁলোকে অভিশপ্ত আছিল আৰু শেষত তেওঁলোকৰ গোটেই ৰাষ্ট্ৰ ধ্বংস কৰা হৈছিল।—যিহি ২৫:১২-১৪