Skip to content

Skip to table of contents

মাৰ্চ ২-৮

আদিপুস্তক ২২-২৩

মাৰ্চ ২-৮
  • গীত ৮৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰে”: (১০ মি.)

    • আদি ২২:১, ২—ঈশ্বৰে অব্ৰাহামক তেওঁৰ একমাত্ৰ পুত্ৰ ইচহাকক বলিদান দিবলৈ কৈছিল (w১২-HI ৭/১ ২০ ৪-৬)

    • আদি ২২:৯-১২—অব্ৰাহামে ইচহাকক হত্যা কৰাৰপৰা যিহোৱাই ৰক্ষা কৰিলে

    • আদি ২২:১৫-১৮—অব্ৰাহামে আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞা কৰিছিল (w১২-HI ১০/১৫ ২৩ )

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২২:৫—যদিও অব্ৰাহামে ইচহাকক বলিদান দিয়া হ’ব বুলি জানিছিল, তথাপিও তেওঁ কিহৰ আধাৰত ক’ব পাৰিছিল যে তেওঁ আৰু ইচহাকে নিজৰ দাসবিলাকৰ ওচৰলৈ পুনৰ ঘূৰি আহিব? (w১৬.০২-HI ১১ ১৩)

    • আদি ২২:১২—এই পদৰপৰা কেনেকৈ বুজিব পাৰি যে যিহোৱাই নিজৰ পূৰ্বজ্ঞানক বুদ্ধিমতাৰে ব্যৱহাৰ কৰে? (it-১-E ৮৫৩ ৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২২:১-১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪

  • আজ্ঞা পালনৰ দ্বাৰা সুৰক্ষা: (১৫ মি.) ২০১৭ চনৰ বাৰ্ষিক সভা—ভাষণ আৰু ২০১৮ চনৰ বাৰ্ষিক পাঠ—এক আভাস নামৰ ভিডিঅ’খন চাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৭ ১৬-২০

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৪১ আৰু প্ৰাৰ্থনা