মাৰ্চ ২-৮
আদিপুস্তক ২২-২৩
গীত ৮৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰে”: (১০ মি.)
আদি ২২:১, ২—ঈশ্বৰে অব্ৰাহামক তেওঁৰ একমাত্ৰ পুত্ৰ ইচহাকক বলিদান দিবলৈ কৈছিল (w১২-HI ৭/১ ২০ ¶৪-৬)
আদি ২২:৯-১২—অব্ৰাহামে ইচহাকক হত্যা কৰাৰপৰা যিহোৱাই ৰক্ষা কৰিলে
আদি ২২:১৫-১৮—অব্ৰাহামে আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞা কৰিছিল (w১২-HI ১০/১৫ ২৩ ¶৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ২২:৫—যদিও অব্ৰাহামে ইচহাকক বলিদান দিয়া হ’ব বুলি জানিছিল, তথাপিও তেওঁ কিহৰ আধাৰত ক’ব পাৰিছিল যে তেওঁ আৰু ইচহাকে নিজৰ দাসবিলাকৰ ওচৰলৈ পুনৰ ঘূৰি আহিব? (w১৬.০২-HI ১১ ¶১৩)
আদি ২২:১২—এই পদৰপৰা কেনেকৈ বুজিব পাৰি যে যিহোৱাই নিজৰ পূৰ্বজ্ঞানক বুদ্ধিমতাৰে ব্যৱহাৰ কৰে? (it-১-E ৮৫৩ ¶৫-৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ২২:১-১৮ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৫ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) ) it-১-E ৬০৪ ¶৫—বিষয়: খ্ৰীষ্টৰ মৃত্যু হোৱাৰ আগতে অব্ৰাহামক কেনেকৈ ধাৰ্মিক বুলি ঘোষণা কৰিব পাৰিছিল? (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪
আজ্ঞা পালনৰ দ্বাৰা সুৰক্ষা: (১৫ মি.) ২০১৭ চনৰ বাৰ্ষিক সভা—ভাষণ আৰু ২০১৮ চনৰ বাৰ্ষিক পাঠ—এক আভাস নামৰ ভিডিঅ’খন চাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৭ ¶১৬-২০
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৪১ আৰু প্ৰাৰ্থনা