আদিপুস্তক ২২-২৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
২২:১, ২, ৯-১২, ১৫-১৮
অব্ৰাহামে নিজৰ পুত্ৰ ইচহাকক বলিদান দিবলৈ সাজু হোৱাৰ সময়ত যি দুখ অনুভৱ কৰিছিল, ইয়ে আমাক বুজিবলৈ সহায় কৰে যে যিহোৱাই নিজৰ পুত্ৰ যীচুক বলিদান দিয়াৰ সময়ত কেনে অনুভৱ কৰিছিল। (যোহ ৩:১৬) যিহোৱাই নিজৰ কৰুণা ভাৱনাৰ বিষয়ে আদিপুস্তক ২২:২ পদত কেনেকৈ ব্যক্ত কৰিছে?
যিহোৱাৰ প্ৰেমে আপোনাক কেনেকৈ অনুপ্ৰাণিত কৰে?—১কৰি ৬:২০; ১যোহ ৪:১১