মাৰ্চ ৩০–এপ্ৰিল ৫
আদিপুস্তক ২৯-৩০
গীত ৯৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যাকোবৰ বিবাহ”: (১০ মি.)
আদি ২৯:১৮-২০—যাকোবে ৰাহেলক বিয়া কৰিবলৈ লাবনৰ ঘৰত সাত বছৰ খাটিছিল (w০৩-HI ১০/১৫ ২৯ ¶৬)
আদি ২৯:২১-২৬—লাবনে ছলনা কৰি ৰাহেলৰ সলনি লেয়াক যাকোবলৈ দিলে (w০৭-E ১০/১ ৮-৯; it-২-E ৩৪১ ¶৩)
আদি ২৯:২৭, ২৮—কঠিন পৰিস্থিতিতো যাকোবে নিজৰ উত্তম দিলে
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৩০:৩—যাকোব আৰু বিলহাৰ দ্বাৰা জন্ম হোৱা সন্তানক ৰাহেলে কিয় নিজৰ দৰে ভাবিছিল? (it-১-E ৫০)
আদি ৩০:১৪, ১৫—ৰাহেলে কিছুমান দূদা ফলৰ বাবে স্বামীৰ সৈতে সংগম কৰাৰ সুযোগ কিয় বিনিময় কৰিলে? (w০৪ ২/১ ৩০ ¶৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩০:১-২১ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। উৎসাহজনক আৰু ইতিবাচক নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰ অধ্যায় ১৬ আলোচনা কৰক।
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৫৫-৫৬ ¶২১-২২ (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৫৭
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—দৃষ্টিহীনসকলক সাক্ষ্য দিয়ক”: (১০ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। এই প্ৰশ্নবোৰ আলোচনা কৰক: দৃষ্টিহীন লোকসকলক সহায় কৰাটো কিয় প্ৰয়োজন? আমি দৃষ্টিহীন লোকসকলক ক’ত বিচাৰি পাম? আপুনি তেওঁলোকৰ লগত কেনেকৈ কথা পাতিব? দৃষ্টিহীন লোকসকলক আধ্যাত্মিকভাৱে সহায় কৰিবলৈ কি কি সঁজুলি উপলব্ধ আছে?
সংগঠনে লাভ কৰা সফলতা: (৫ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶১-৭
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১০৮ আৰু প্ৰাৰ্থনা