Skip to content

Skip to table of contents

মাৰ্চ ৩০–এপ্ৰিল ৫

আদিপুস্তক ২৯-৩০

মাৰ্চ ৩০–এপ্ৰিল ৫
  • গীত ৯৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যাকোবৰ বিবাহ”: (১০ মি.)

    • আদি ২৯:১৮-২০—যাকোবে ৰাহেলক বিয়া কৰিবলৈ লাবনৰ ঘৰত সাত বছৰ খাটিছিল (w০৩-HI ১০/১৫ ২৯ )

    • আদি ২৯:২১-২৬—লাবনে ছলনা কৰি ৰাহেলৰ সলনি লেয়াক যাকোবলৈ দিলে (w০৭-E ১০/১ ৮-৯; it-২-E ৩৪১ )

    • আদি ২৯:২৭, ২৮—কঠিন পৰিস্থিতিতো যাকোবে নিজৰ উত্তম দিলে

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩০:৩—যাকোব আৰু বিলহাৰ দ্বাৰা জন্ম হোৱা সন্তানক ৰাহেলে কিয় নিজৰ দৰে ভাবিছিল? (it-১-E ৫০)

    • আদি ৩০:১৪, ১৫—ৰাহেলে কিছুমান দূদা ফলৰ বাবে স্বামীৰ সৈতে সংগম কৰাৰ সুযোগ কিয় বিনিময় কৰিলে? (w০৪ ২/১ ৩০ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩০:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন