Skip to content

Skip to table of contents

মাৰ্চ ৯-১৫

আদিপুস্তক ২৪

মাৰ্চ ৯-১৫
  •  গীত ১৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ইচহাকৰ বাবে পত্নী”: (১০ মি.)

    • আদি ২৪:২-৪—অব্ৰাহামে যিহোৱাৰ উপাসকসকলৰ মাজৰপৰা ইচহাকৰ বাবে এগৰাকী পত্নী বিচাৰি আনিবলৈ নিজৰ দাসবিলাকক পঠিয়াইছিল (wp১৬.৩-E ১৪ )

    • আদি ২৪:১১-১৫—এটা নাদৰ কাষত অব্ৰাহামৰ দাসবিলাকে ৰিবেকাক লগ পালে (wp১৬.৩-E ১৪ )

    • আদি ২৪:৫৮, ৬৭—ৰিবেকাই ইচহাকৰ লগত বিয়া হ’বলৈ সন্মত হ’ল (wp১৬.৩-E ১৪ ৬-৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৪:১৯, ২০—এই পদৰপৰা ৰিবেকাৰ কাৰ্য্যৰ বিষয়ে আমি কি শিকিব পাৰোঁ? (wp১৬.৩-E ১২-১৩)

    • আদি ২৪:৬৫—ৰিবেকাই কিয় তাইৰ মূৰ ঢাকিছিল আৰু ইয়াৰপৰা আমি কি শিক্ষা লাভ কৰোঁ? (wp১৬.৩-E ১৫ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৪:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৫

  • মাৰ্চ ১৪, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযান: (৮ মি.) আলোচনা। প্ৰতিজন শ্ৰোতাকে একোখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু পুনৰালোচনা কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক। মণ্ডলীৰ প্ৰচাৰ এলেকাত কেনেকৈ এই নিমন্ত্ৰণ-পত্ৰ বিতৰণ কৰা হ’ব, তাৰ বিষয়ে বৰ্ণনা কৰক।

  • মই কাক নিমন্ত্ৰণ কৰিম?”: (৭ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ১-৭

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৫২ আৰু প্ৰাৰ্থনা