আদিপুস্তক ২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |ইচহাকৰ বাবে পত্নী
২৪:২-৪, ১১-১৫, ৫৮, ৬৭
ইচহাকৰ বাবে এগৰাকী পত্নী বিচৰাৰ সময়ত, অব্ৰাহামৰ দাসে যিহোৱাৰ নিৰ্দেশনা বিচাৰিছিল। (আদি ২৪:৪২-৪৪) আমিও গভীৰ বিষয়বোৰ নিৰ্ণয় লোৱাৰ আগতে যিহোৱাৰ নিৰ্দেশনা বিচৰা উচিত। কেনেকৈ বাৰু?
-
প্ৰাৰ্থনা কৰক
-
ঈশ্বৰৰ বাক্য আৰু বিশ্বাসী বুদ্ধিমান দাসৰ প্ৰকাশনবোৰত অনুসন্ধান কৰক
-
পৰিপক্ক ভাই-ভনীৰপৰা সহায় লওক