Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: যীচু খ্ৰীষ্ট কোন আছিল?

পদ: মথি ১৬:১৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ কিয় মৃত্যু হৈছিল?

পদ: মথি ২০:২৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

পদ: যোহ ১৭:৩

পৰৱৰ্তী সাক্ষাতৰ বাবে: যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়?

স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১৪–এপ্ৰিল ৭):

“আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ দিবলৈ আহিছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হ’ব। ই হৈছে যীচুৰ মৃত্যুৰ বাৰ্ষিক দিন।” নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা দিয়া আছে। ইয়াৰ উপৰিও, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হ’বলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ।”

যদি আগ্ৰহ দেখুৱায়, তেনেহ’লে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?