ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বেয়া ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক
দায়ূদে নিজৰ মনত বেয়া ইচ্ছাবোৰ বাঢ়িবলৈ দিছিল (২চমূ ১১:২-৪; w২১.০৬ ১৭ ¶১০)
দায়ূদে নিজৰ পাপ ঢাকিবলৈ নিজৰ অধিকাৰক বেয়া ব্যৱহাৰ কৰিলে (২চমূ ১১:৫, ১৪, ১৫; w১৯.০৯-HI ১৭ ¶১৫)
দায়ূদে পাপ কৰাৰ বাবে বেয়া পৰিণাম ভুগিবলগীয়া হʼল (২চমূ ১২:৯-১২; w১৮.০৬-HI ১৭ ¶৭)
আমি বেয়া কথাবোৰ চিন্তা কৰা উচিত নহয় আৰু চোৱাৰ পৰাও আঁতৰি থকা উচিত। (গালা ৫:১৬, ২২, ২৩) আমাৰ মনৰ বেয়া ইচ্ছাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব পাৰে।
নিজকে সোধক, ‘মোৰ মনত কি বেয়া ইচ্ছা আছে, যাক নিয়ন্ত্ৰণ কৰিবলৈ মোক আৰু চেষ্টা কৰিব লাগিব?’