Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বেয়া ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

বেয়া ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

দায়ূদে নিজৰ মনত বেয়া ইচ্ছাবোৰ বাঢ়িবলৈ দিছিল (২চমূ ১১:২-৪; w২১.০৬ ১৭ ¶১০)

দায়ূদে নিজৰ পাপ ঢাকিবলৈ নিজৰ অধিকাৰক বেয়া ব্যৱহাৰ কৰিলে (২চমূ ১১:৫, ১৪, ১৫; w১৯.০৯-HI ১৭ ¶১৫)

দায়ূদে পাপ কৰাৰ বাবে বেয়া পৰিণাম ভুগিবলগীয়া হʼল (২চমূ ১২:৯-১২; w১৮.০৬-HI ১৭ ¶৭)

আমি বেয়া কথাবোৰ চিন্তা কৰা উচিত নহয় আৰু চোৱাৰ পৰাও আঁতৰি থকা উচিত। (গালা ৫:১৬, ২২, ২৩) আমাৰ মনৰ বেয়া ইচ্ছাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব পাৰে।

নিজকে সোধক, ‘মোৰ মনত কি বেয়া ইচ্ছা আছে, যাক নিয়ন্ত্ৰণ কৰিবলৈ মোক আৰু চেষ্টা কৰিব লাগিব?’