জুন ২০-২৬
২ চমূৱেল ১৩-১৪
গীত ১২৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২চমূ ১৪:২৫, ২৬—যদিও অব্চালোম বহুত সুন্দৰ আছিল, কিন্তু কিহে এজন ব্যক্তিক প্ৰকৃত অৰ্থত সুন্দৰ কৰি তোলে? (g০৪-E ১২/২২ ৮-৯)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২চমূ ১৪:৮-২০ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। দৈনন্দিন বিষয়বোৰত এনেদৰে কথা পাতক, যাতে আপুনি কেইবাৰমান লগ কৰাৰ পাছত সচেতন থাকক! নং ১-লৈ ব্যক্তিজনৰ ধ্যান লৈ যাব পাৰে। (শিক্ষা অধ্যায় ১৮)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৫, ভাগ ৬ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা বিদ্যাৰ্থীৰ বিশ্বাস বঢ়াওক”: (১৫ মি.) আলোচনা। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যিহোৱাৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যীচুৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭৫
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩৩ আৰু প্ৰাৰ্থনা