Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম

অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম

তামাৰৰ সুন্দৰতা দেখি অম্নোনে তাইৰ প্ৰতি আকৰ্ষিত হৈছিল (২চমূ ১৩:১, ২; it-১-E ৩২)

অম্নোনে তামাৰক ধৰ্ষণ কৰিলে (২চমূ ১৩:১০-১৫; w১৭.০৯-HI ৫ ¶১১)

অবচালোমে অম্নোনক হত্যা কৰোৱালে (২চমূ ১৩:২৮, ২৯; it-১-E ৩৩ ¶১)

বিয়াৰ আগতে লগ কৰাৰ সময়ত লʼৰা-ছোৱালীয়ে কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত, যাতে তেওঁলোকে কোনো ভুল কাম নকৰে? তেওঁলোকে আত্ম-সংযম বজাই ৰখা উচিত আৰু বেয়া কাম কৰিবলৈ উচটাব পৰা ঠাই বা পৰিস্থিতিৰ পৰা আঁতৰি থকা উচিত।