Skip to content

Skip to table of contents

জুন ২৭–জুলাই ৩

২ চমূৱেল ১৫-১৭

জুন ২৭–জুলাই ৩
  • গীত ১২৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ১৬:৪—দায়ূদে যিদৰে খৰ-খেদাকৈ নিৰ্ণয় লʼলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৮.০৮-HI ৬ ¶১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ১৭:১৭-২৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন