জুন ২৭–জুলাই ৩
২ চমূৱেল ১৫-১৭
গীত ১২৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২চমূ ১৬:৪—দায়ূদে যিদৰে খৰ-খেদাকৈ নিৰ্ণয় লʼলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৮.০৮-HI ৬ ¶১১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২চমূ ১৭:১৭-২৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৭)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। দৈনন্দিন বিষয়বোৰত এনেদৰে কথা পাতক, যাতে আপুনি কেইবাৰমান লগ কৰাৰ পাছত সচেতন থাকক! নং ১-লৈ ব্যক্তিজনৰ ধ্যান লৈ যাব পাৰে। (শিক্ষা অধ্যায় ২)
ভাষণ: (৫ মি.) w০৯-HI ৫/১৫ ২৭-২৮—বিষয়: ইত্তয়ৰ দৰে উৎসাহেৰে সেৱা কৰক।—২চমূ ১৫:১৯-২২. (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
“প্ৰেমে অহংকাৰ নকৰে”: (১০ মি.) আলোচনা। প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—অহংকাৰ নকৰে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৩ আৰু প্ৰাৰ্থনা