Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে

অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে

লোকসকলে অবচালোমৰ মহিমা কৰাটো তেওঁ বিচাৰিছিল (২চমূ ১৫:১; it-১-E ৮৬০)

অবচালোমে লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ ফুচলাইছিল (২চমূ ১৫:২-৬; w১২-HI ৭/১৫ ১৩ ¶৫)

নিজৰ পিতৃৰ ঠাইত তেওঁ নিজে ৰজা হʼব বিচাৰিছিল (২চমূ ১৫:১০-১২; it-১ ১০৮৩-১০৮৪)

আমি আনতকৈ ডাঙৰ হʼবলৈ চেষ্টা কৰা উচিত নহয়। আমাৰ মনোবৃত্তি কেনেধৰণৰ হয়, তাৰ বিষয়ে আমি চিন্তা কৰা উচিত।—ফিলি ২:৩, ৪.