Skip to content

Skip to table of contents

জুন ৬-১২

২ চমূৱেল ৯-১০

জুন ৬-১২
  • গীত ১২৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ১০:৪, ৫—হানূনে ইস্ৰায়েলীসকলৰ লগত যি কৰিলে, তাৰ পৰা তেওঁলোকৰ কেনেকৈ অপমান হʼল? (it-১-E ২৬৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ৯:১-১৩ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১১৬

  • প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—মৰম কৰে: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: দায়ূদে কেনেকৈ মফীবোচতক কৃপা কৰিলে? আমি কেনেকৈ আনক কৃপা কৰিব পাৰোঁ আৰু প্ৰকৃত প্ৰেম দেখুৱাব পাৰোঁ?

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫৫ আৰু প্ৰাৰ্থনা