Skip to content

Skip to table of contents

মেʼ ১৬-২২

২ চমূৱেল ১-৩

মেʼ ১৬-২২
  • গীত ১০৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ‘ধনূ’ নামৰ বিলাপগীতৰ পৰা আমি কি শিকিব পাৰোঁ?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ১:২৬—যোনাথন দায়ূদৰ নিজা ভাই নাছিল, তথাপি তেওঁ যোনাথনক “মোৰ ভাই” বুলি কিয় কৈছিল? (it-১-E ৩৬৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ৩:১-১৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন