Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘ধনূ’ নামৰ বিলাপগীতৰ পৰা আমি কি শিকিব পাৰোঁ?

‘ধনূ’ নামৰ বিলাপগীতৰ পৰা আমি কি শিকিব পাৰোঁ?

[২ চমূৱেল কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক]

অধিকাৰত থকা লোকসকলক সন্মান কৰক (২চমূ ১:১৭, ১৮, ২৩, ২৪; w০০-HI ৬/১৫ ১৩ ¶৯)

বন্ধুসকলকৰ প্ৰতি বিশ্বাসী হৈ থাকক (২চমূ ১:২৫, ২৬; w১২-HI ৪/১৫ ১০ ¶৮)

নিজকে সোধক: ‘মই মণ্ডলীৰ প্ৰাচীনসকলক কেনেকৈ সন্মান কৰিব পাৰোঁ? মই ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ বিশ্বাসী হৈ থাকিব পাৰোঁ?’