Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব

যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব

ঈশ্বৰে নিজৰ নিয়ম কেতিয়াও সলনি নকৰে। যদিও এজন ব্যক্তিয়ে ভাল উদ্দেশ্যৰে সেই নিয়ম পালন নকৰক কিয় (২চমূ ৬:৩-৫; w০৫ ৬/১ ৯ ¶৭)

উজ্জাই ঈশ্বৰৰ নিয়ম পালন নকৰিলে (২চমূ ৬:৬; w০৫ ২/১ ৩১ ¶২০)

উজ্জাই ঈশ্বৰলৈ ভয় নাৰাখিলে আৰু নিজৰ সীমা পাৰ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক শাস্তি দিলে (২চমূ ৬:৭; w০৫-HI ২/১ ৩২ ¶২১)

নিজকে সোধক, ‘যিহোৱাক অসন্তুষ্ট নকৰিবলৈ মই কি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?’—হিতো ৩:৭