Skip to content

Skip to table of contents

মেʼ ২-৮

১ চমূৱেল ২৭-২৯

মেʼ ২-৮
  • গীত ৭১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • দায়ূদৰ যুদ্ধৰ ৰণনীতি”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ২৮:১৫—এই সময়ছোৱাত চৌলে প্ৰকৃততে কাৰ লগত কথা পাতিছিল? (w১০-E ১/১ ২০ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ২৭:১-১২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২৯

  • তাড়নাৰ সময়তো দৃঢ় হৈ থাকিল: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: নাজী জাৰ্মানীত থকা আমাৰ ভাই-ভনীসকলৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? ৰুছ আৰু পূৰ্বৰ ছʼভিয়েট সংঘত থকা আমাৰ ভাই-ভনীসকলৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬৪

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৩ আৰু প্ৰাৰ্থনা