Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দায়ূদৰ যুদ্ধৰ ৰণনীতি

দায়ূদৰ যুদ্ধৰ ৰণনীতি

দায়ূদে চৌলৰ পৰা ৰক্ষা পাবলৈ পলাই গৈছিল (১চমূ ২৭:৫-৭; it-১-E ৪১)

দায়ূদে যিহূদাৰ এলেকা ৰক্ষা কৰিলে (১চমূ ২৭:৮, ৯; w২১.০৩ ৪ ¶৮)

দায়ূদে আখীচক সকলো কথা জনোৱা নাছিল (১চমূ ২৭:১০-১২; it-২-E ২৪৫ ¶৬)

চৰকাৰে হয়তো আমাৰ ৰাজ্যৰ কাম নিষেধ কৰিব পাৰে আৰু ভাই-ভনীসকলৰ বিষয়ে আমাক সোধ-পোচ কৰিব পাৰে। এনে পৰিস্থিতিত যদি আমি মনে মনে থাকোঁ, তেনেহʼলে আমি বুদ্ধিমত্তাৰ প্ৰমাণ দিওঁ। এনে কৰিলে ভাই-ভনীসকল বিপদত নপৰিব।—হিতো ১০:১৯; ১১:১২; উপ ৩:৭.