Skip to content

Skip to table of contents

যিহোৱাই দায়ূদৰ লগত কৰা চুক্তিৰ ওপৰত দায়ূদে ধ্যান কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই দায়ূদৰ লগত চুক্তি কৰিলে

যিহোৱাই দায়ূদৰ লগত চুক্তি কৰিলে

দায়ূদৰ বংশ ৰাজবংশ হʼব বুলি যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰিছিল (২চমূ ৭:১১, ১২; w১০-HI ৪/১ ২০ ¶৩; বেটুপাতত দিয়া ছবিখন চাওক)

যিহোৱাই দায়ূদৰ লগত যি চুক্তি কৰিছিল, তাৰ কিছুমান কথা মচীহৰ ওপৰত পূৰ হʼল (২চমূ ৭:১৩, ১৪; ইব্ৰী ১:৫; w১০-HI ৪/১ ২০ ¶৪)

মচীহৰ ৰাজ্যৰ পৰা লোকসকলে সদায়কাললৈকে আশীৰ্বাদ লাভ কৰি থাকিব (২চমূ ৭:১৫, ১৬; ইব্ৰী ১:৮; w১৪-HI ১০/১৫ ১০ ¶১৪)

সূৰ্য্য আৰু চন্দ্ৰৰ দৰে মচীহৰ ৰাজ্য চিৰকাললৈকে থাকিব। (গীত ৮৯:৩৫-৩৭) যেতিয়া আপুনি আকাশত সূৰ্য্য আৰু চন্দ্ৰলৈ চায়, তেতিয়া সেই আশীৰ্বাদবোৰৰ বিষয়ে ধ্যান কৰক, যিবোৰ যিহোৱাই আপোনাক আৰু আপোনাৰ পৰিয়ালক দিব।