Skip to content

Skip to table of contents

মেʼ ৯-১৫

১ চমূৱেল ৩০-৩১

মেʼ ৯-১৫
  • গীত ৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ঈশ্বৰ যিহোৱাৰ পৰা সাহস লাভ কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ৩০:২৩, ২৪—এই পদত কোৱা ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? (w০৫ ৪/১ ২১ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ৩০:১-১০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৩

  • যিহোৱাৰ বন্ধু হোৱা—যিকোনো সময়ত প্ৰাৰ্থনা কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক সোধক: তুমি যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত? তুমি কি কি সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰা? তুমি প্ৰাৰ্থনাত তেওঁক কি ক’ব পাৰা?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬৫, ৬৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৪৬ আৰু প্ৰাৰ্থনা