Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

প্ৰথম সাক্ষাৎ *

প্ৰশ্ন: টকা-পইচা আমাৰ বাবে আৱশ্যক, কিন্তু অধিক টকা-পইচাই আমাক সুখী কৰিব পাৰিবনে?

পদ: ইব্ৰী ১৩:৫

পৰৱৰ্তী সাক্ষাতৰ বাবে: আমাৰ ওচৰত যি আছে, তাতেই আমি কেনেকৈ সন্তুষ্ট হʼব পাৰোঁ?

পুনৰ সাক্ষাৎ *

প্ৰশ্ন: আমাৰ ওচৰত যি আছে, তাতেই আমি কেনেকৈ সন্তুষ্ট হʼব পাৰোঁ?

পদ: ইব্ৰী ১৩:১৮

পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি সততাৰ পথত থাকিলে আৰু সকলোতে সন্তুষ্ট হʼলে কেনেকৈ সুখী হʼব পাৰিম?

^ অনু. 3 ^ অনু. 7 আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি প্ৰশ্ন আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্নটো সলনি কৰিব পাৰে।