জুন ১২-১৮
২ বংশাৱলি ৩২-৩৩
গীত ১০৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ৩৩:১৫, ১৬—মনচিৰ পৰা আমি কি শিকিব পাৰোঁ? (w২১.১০ ৪ ¶১১-১২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ৩২:১-১৫ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৪ মি.) এক অনন্ত জীৱন! ব্ৰচাৰখনৰ শেষ পৃষ্ঠা আলোচনা কৰক। তাৰ পাছত সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (শিক্ষা অধ্যায় ৬)
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১৭)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১০ ভাগ ৫ (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ধৰ্মত্যাগীসকলৰ পৰা সাৱধান”: (১০ মি.) পৃষ্ঠা ১৬ চাওক। আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩ আৰু প্ৰাৰ্থনা