Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক

কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক

চন্‌হেৰীবে যিহূদাৰ নগৰবোৰ দখল কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমতো আক্ৰমণ কৰাৰ ধমকি দিলে (২বং ৩২:১; it-১-E ২০৪ ¶৫)

যিৰূচালেমক ৰক্ষা কৰিবলৈ হিষ্কিয়াই কিছুমান পদক্ষেপ লʼলে (২বং ৩২:২-৫; w১৩-HI ১১/১৫ ১৯ ¶১২)

হিষ্কিয়াই নিজৰ কথাৰে ঈশ্বৰৰ লোকসকলৰ সাহস বঢ়ালে (২বং ৩২:৬-৮; w১৩-HI ১১/১৫ ১৯ ¶১৩)

নিজকে সোধক, ‘কঠিন পৰিস্থিতিত মই নিজৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?’