Skip to content

Skip to table of contents

যিহোৱাৰ নিয়ম পুস্তকত লিখা কথাবোৰ শুনাৰ পাছত যোচিয়াই নিজৰ কাপোৰ ফালিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হৈছেনে?

আপুনি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হৈছেনে?

যোচিয়াই ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ মনোযোগেৰে শুনিলে (২বং ৩৪:১৮, ১৯; বাহিৰত দিয়া ছবিখন চাওক)

তাত লিখা কথাবোৰৰ অৰ্থ ভালদৰে বুজিবলৈ তেওঁ চেষ্টা কৰিলে (২বং ৩৪:২১; it-১-E ১১৫৭ ¶৪)

তেওঁ শিকাৰ অনুসৰি কামো কৰিলে (২বং ৩৪:৩৩; w০৯-HI ৬/১৫ ১০-১১ ¶২০)

নিজকে সোধক, ‘মই যিহোৱাৰ বাক্য বাইবেলৰ পৰা যি শিকোঁ, তাৰ অনুসৰি মই লগে লগে কাম কৰোঁনে?’