Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ সেৱাৰ বাবে নিজকে দি দিয়ক

যিহোৱাৰ সেৱাৰ বাবে নিজকে দি দিয়ক

[ইজ্ৰা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

যিহোৱাই ইস্ৰায়েলীসকলক এৰি দিবলৈ পাৰস্যৰ ৰজা কোৰচৰ মন উদগালে অৰ্থাৎ অনুপ্ৰাণিত কৰিলে (ইজ্ৰা ১:১-৩; w২২.০৩ ১৪ ¶১)

যিহোৱাই নিজৰ লোকসকলক পুনৰ মন্দিৰ বনাবলৈ অনুপ্ৰাণিত কৰিলে (ইজ্ৰা ১:৫; w১৭.১০-HI ২৬ ¶২)

যদি আপুনি যিহোৱাৰ সেৱা কৰিবলৈ সাজু থাকে, তেনেহʼলে তেওঁ আপোনাৰ যোগেদি যিকোনো কাম কৰিব পাৰে। তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ আপোনাক যোগ্য কৰি তুলিব পাৰে।