জুন ৫-১১
২ বংশাৱলি ৩০-৩১
গীত ৮৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“একগোট হʼলে আমাৰ লাভ হয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ৩০:২০—যিহোৱাই যিদৰে হিষ্কিয়াৰ প্ৰাৰ্থনা কাণ পাতি শুনিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৮.০৯-HI ৬ ¶১৪-১৫)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ৩১:১১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ২০)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু পাঠ ০১-ৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৮)
ভাষণ: (৫ মি.) w১৯.০১-HI ১১-১৩ ¶১৩-১৮—বিষয়: সভাবোৰত উত্তৰ দিয়াৰ যোগেদি যিহোৱাৰ প্ৰশংসা কৰক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—উত্তৰ দিবলৈ তৈয়াৰী কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান সৰু লʼৰা-ছোৱালীক সোধক: তুমি সভাবোৰত উত্তৰ দিবলৈ কেনেকৈ তৈয়াৰী কৰিব পাৰা? সভাত উত্তৰ দিবলৈ সুযোগ নাপালেও আমি কিয় আনন্দিত হৈ থাকিব পাৰোঁ?
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২০ আৰু প্ৰাৰ্থনা