Skip to content

Skip to table of contents

জুন ৫-১১

২ বংশাৱলি ৩০-৩১

জুন ৫-১১
  • গীত ৮৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • একগোট হʼলে আমাৰ লাভ হয়”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ৩০:২০—যিহোৱাই যিদৰে হিষ্কিয়াৰ প্ৰাৰ্থনা কাণ পাতি শুনিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৮.০৯-HI ৬ ¶১৪-১৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ৩১:১১-২১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৪

  • যিহোৱাৰ বন্ধু হোৱা—উত্তৰ দিবলৈ তৈয়াৰী কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান সৰু লʼৰা-ছোৱালীক সোধক: তুমি সভাবোৰত উত্তৰ দিবলৈ কেনেকৈ তৈয়াৰী কৰিব পাৰা? সভাত উত্তৰ দিবলৈ সুযোগ নাপালেও আমি কিয় আনন্দিত হৈ থাকিব পাৰোঁ?

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২০ আৰু প্ৰাৰ্থনা