Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

একগোট হʼলে আমাৰ লাভ হয়

একগোট হʼলে আমাৰ লাভ হয়

হিষ্কিয়াই যিৰূচালেমত ডাঙৰকৈ নিস্তাৰ-পৰ্ব পালন কৰিবলৈ ব্যৱস্থা কৰিলে (২বং ৩০:১; it-১-E ১১০৩ ¶২)

বহুতো লোকে বিৰোধৰ সত্ত্বেও এই পৰ্ব পালন কৰিবলৈ আহিলে (২বং ৩০:১০, ১১, ১৩; it-১-E ১১০৩ ¶৩)

তেওঁলোক বহুত আনন্দিত হʼল আৰু যিহোৱাৰ সেৱা কৰিবলৈ তেওঁলোকৰ উৎসাহ বাঢ়িল (২বং ৩০:২৫–৩১:১; it-১-E ১১০৩ ¶৪-৫)

নিজকে সোধক, ‘সমস্যাৰ সত্ত্বেও যেতিয়া মই সভা আৰু অধিৱেশনবোৰত ভাই-ভনীসকলৰ লগত একগোট হওঁ, তেতিয়া মোৰ কি কি লাভ হয়?’