মে’ ১৫-২১
২ বংশাৱলি ২২-২৪
গীত ৭৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“সাহসেৰে কাম কৰা লোকক যিহোৱাই আশীৰ্বাদ দিয়ে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ২৪:২২—জখৰিয়াৰ এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল? (it-২-E ১২২৩ ¶১৩)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ২২:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক আৰু সেই ব্যক্তিজনক সভাৰ কাৰণে মাতক। (শিক্ষা অধ্যায় ১৭)
ভাষণ: (৫ মি.) w১০-HI ২/১৫ ৬-৮ ¶৬-১০—বিষয়: যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত আপুনি সাহসী হʼব পাৰে। (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৩ আৰু টোকা ১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩২ আৰু প্ৰাৰ্থনা