Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সাহসেৰে কাম কৰা লোকক যিহোৱাই আশীৰ্বাদ দিয়ে

সাহসেৰে কাম কৰা লোকক যিহোৱাই আশীৰ্বাদ দিয়ে

যিহোচবতে আৰু তেওঁৰ স্বামী যিহোয়াদাই যোৱাচক অথলিয়াৰ পৰা বচাই ৰাখিলে (২বং ২২:১১, ১২; w০৯-HI ১০/১ ২২ ¶১-২)

যিহোয়াদাই সাহসেৰে কাম কৰিলে আৰু যোৱাচক ৰজা পাতিলে (২বং ২৩:১-১১, ১৪, ১৫; w০৯-HI ১০/১ ২২ ¶৩-৪)

যিহোয়াদাৰ মৃত্যুৰ পাছত তেওঁক এটা বিশেষ সন্মান দিয়া হʼল। তেওঁক ৰজাসকলৰ কবৰত মৈদাম দিয়া হʼল (২বং ২৪:১৫, ১৬; it-১-E ৩৭৯ ¶৫)

ধ্যানৰ বাবে প্ৰশ্ন: যিহোৱাৰ উপাসনাৰ লগত জড়িত কোনটো কামত মই আৰু সাহস দেখুৱাব পাৰোঁ?