Skip to content

Skip to table of contents

মে’ ১-৭

২ বংশাৱলি ১৭-১৯

মে’ ১-৭
  • গীত ১১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • আনক যিহোৱাৰ দৃষ্টিৰে চাওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ১৭:৯—যিহোচাফটে লোকসকলক শিকাবলৈ যি অভিযানৰ ব্যৱস্থা কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৭.০৩-HI ২০ ¶১০-১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ১৭:১-১৯ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন