মে’ ১-৭
২ বংশাৱলি ১৭-১৯
গীত ১১৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“আনক যিহোৱাৰ দৃষ্টিৰে চাওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ১৭:৯—যিহোচাফটে লোকসকলক শিকাবলৈ যি অভিযানৰ ব্যৱস্থা কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৭.০৩-HI ২০ ¶১০-১১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ১৭:১-১৯ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: বাইবেল—ৰোম ১৫:৪ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৮)
ভাষণ: (৫ মি.) w২১.০৫ ১৬-১৮ ¶১১-১৫—বিষয়: লোকসকলে নুশুনিলেও প্ৰচাৰ কৰি থাকক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩ আৰু প্ৰাৰ্থনা