Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আনক যিহোৱাৰ দৃষ্টিৰে চাওক

আনক যিহোৱাৰ দৃষ্টিৰে চাওক

ৰজা যিহোচাফটে ৰজা আহাবৰ লগত সম্পৰ্ক ৰাখি মূৰ্খতাৰ কাম কৰিলে (২বং ১৮:১-৩; w১৭.০৩-HI ২৪-২৫ ¶৭)

যিহোচাফটক শুধৰণি কৰিবলৈ যিহোৱাই যেহূক তেওঁৰ ওচৰলৈ পঠিয়ালে (২বং ১৯:১, ২)

যিহোৱাই যিহোচাফটৰ ভাল কামবোৰ মনত ৰাখিলে (২বং ১৯:৩; w১৫-HI ৮/১৫ ১১-১২ ¶৮-৯)

নিজকে সোধক, ‘মই ভাই-ভনীসকলৰ ভুলবোৰ পাহৰি যাওঁনে আৰু যিহোৱাৰ দৰে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিওঁনে?’