Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”

“যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”

অমচিয়াই শত্ৰুসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈনিকসকলক ভাড়াত আনিছিল (২বং ২৫:৫, ৬)

ঈশ্বৰৰ এজন সেৱকে সৈনিকসকলক পুনৰ পঠিয়াই দিবলৈ অমচিয়াক কʼলে (২বং ২৫:৭, ৮; it-১-E ১২৬৬ ¶৬)

ইয়াৰ পৰা অমচিয়াৰ যি ক্ষতি হৈছিল, তাতকৈ বেছি যিহোৱাই ক্ষতিপূৰণ কৰিলেহেঁতেন (২বং ২৫:৯, ১০)

নিজকে সোধক: ‘যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ মই কি কি ত্যাগ কৰিব পাৰোঁ? ইয়াৰ পৰা মই কি কি আশীৰ্বাদ পাম?’—মলা ৩:১০; w২১.০৮ ৩০-৩১ ¶১৬.