Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে

মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে

হিষ্কিয়াৰ দেউতা ৰজা আহজ বৰ দুষ্ট আছিল। তেওঁ বহুতো বেয়া বেয়া কাম কৰিলে (২বং ২৮:১; w১৬.০২-HI ১৪-১৫ ¶৮)

হিষ্কিয়াই নিজৰ দেউতাকৰ উদাহৰণত নচলি, যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে (২বং ২৯:১-৩; w১৬.০২-HI ১৫-১৬ ¶৯-১১)

হিষ্কিয়াই লোকসকলক যিহোৱাৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিলে আৰু নিজৰ পিতৃৰ নিচিনা যিহোৱাৰ লগত বিশ্বাসঘাত নকৰিবলৈ তেওঁলোকক কʼলে (২বং ২৯:৪-৬)

নিজকে সোধক, ‘যিসকল ডেকাৰ মা-দেউতাই যিহোৱাৰ সেৱা নকৰে, তেওঁলোকক মই কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?’