Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

প্ৰথম সাক্ষাৎ

প্ৰশ্ন: আপুনি বাইবেলৰ বিষয়ে কি ভাবে?

পদ: ৰোম ১৫:৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: বাইবেলত দিয়া কোনটো প্ৰতিজ্ঞাৰ পৰা আমি আশা পাওঁ?

পুনৰ সাক্ষাৎ

প্ৰশ্ন: বাইবেলত দিয়া কোনটো প্ৰতিজ্ঞাৰ পৰা আমি আশা পাওঁ?

পদ: প্ৰকা ২১:৩, ৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: বাইবেলত লিখা কথাবোৰ আমি কেনেকৈ বুজিব পাৰোঁ?