Skip to content

Skip to table of contents

জুন ১০-১৬

গীতমালা ৪৮-৫০

জুন ১০-১৬

গীত ১২৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ শিকাওক

(১০ মি.)

নিজৰ লʼৰা-ছোৱালীক যিহোৱা আৰু তেওঁৰ সংগঠনৰ কাষ চাপিবলৈ সহায় কৰক (গীত ৪৮:১২, ১৩; w২২.০৩ ২২ ¶১১)

নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সংগঠনৰ ইতিহাসৰ বিষয়ে জনাওক (w১২-HI ৮/১৫ ১২ ¶৫)

যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাবোৰ আমি পালন কৰা উচিত বুলি নিজৰ উদাহৰণৰ পৰা লʼৰা-ছোৱালীক শিকাওক (গীত ৪৮:১৪)

পাৰিবাৰিক উপাসনাৰ উপায়: মাজে-সময়ে jw.org-ত “আমাৰ সংগঠন” নামৰ ভাগত দিয়া কোনো এখন ভিডিঅʼ চাওক আৰু আলোচনা কৰক।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৪৯:৬, ৭—ইস্ৰায়েলীসকলে নিজৰ ধন-সম্পত্তিৰ বিষয়ে কি কথা মনত ৰখাৰ প্ৰয়োজন আছিল? (it-২-E ৮০৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫০:১-২৩ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. সাহসেৰে কথা পাতক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ১-২ আলোচনা কৰক।

৫. সাহসেৰে কথা পাতক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৭৩

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৮৪ আৰু প্ৰাৰ্থনা