Skip to content

Skip to table of contents

জুন ২৪-৩০

গীতমালা ৫৪-৫৬

জুন ২৪-৩০

গীত ৪৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ঈশ্বৰ আপোনাৰ লগত আছে

(১০ মি.)

যেতিয়া আপোনাক ভয় লাগে, তেতিয়া দায়ূদৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখক (গীত ৫৬:১-৪; w০৬-HI ৮/১ ২৩-২৪ ¶১০-১১)

যেতিয়া আপুনি ধৈৰ্য্য ধৰে, তেতিয়া যিহোৱাই তাৰ মূল্যাংকন কৰে আৰু আপোনাক সহায়ো কৰিব (গীত ৫৬:৮; cl-HI ২৪৩-২৪৪ ¶৯)

যিহোৱাই আপোনাৰ লগত আছে। তেওঁ আপোনাৰ এনে কোনো লোকচান হʼব নিদিয়ে, যি ঠিক কৰাটো অসম্ভৱ (গীত ৫৬:৯-১৩; ৰোম ৮:৩৬-৩৯; w২২.০৬ ১৮ ¶১৬-১৭)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৫৫:১২, ১৩—যিহূদাই যীচুৰ লগত বিশ্বাসঘাত কৰিব বুলি যিহোৱাই আগতীয়াকৈ নিৰ্ধাৰিত কৰিছিল নে? (it-১-E ৮৫৭-৮৫৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫৫:১-২৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১১)

৫. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w২৩.০১ ২৯-৩০ ¶১২-১৪—বিষয়: যীচুক প্ৰেম কৰাৰ বাবে আমি সাহসেৰে কাম কৰোঁ। ছবিও দেখুৱাওক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৫৩

৭. আমি আনন্দত থাকিব পাৰোঁ . . . তৰোৱাল থকাৰ সত্ত্বেও

(৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যেতিয়া আপোনাৰ ভয় লাগে, তেতিয়া তাৰ সন্মুখীন হʼবলৈ ভাই ডুগবেৰ পৰা আপুনি কি শিকিব পাৰে?

. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) জুন মাহৰ ভিডিঅʼখন দেখুৱাওক

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৫ আৰু প্ৰাৰ্থনা