Skip to content

Skip to table of contents

মে’ ১৩-১৯

গীতমালা ৩৮-৩৯

মে’ ১৩-১৯

গীত ১২৫ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. বেছিকৈ দোষী অনুভৱ কৰাৰ পৰা আঁতৰি থাকক

(১০ মি.)

নিজকে বহুত বেছি দোষী অনুভৱ কৰিলে আমি এটা গধুৰ বোজা লৈ থকাৰ দৰে হয় (গীত ৩৮:৩-৮; w২০.১১ ২৭ ¶১২-১৩)

আগতে কৰা ভুলবোৰৰ বিষয়ে ভাবি থকাৰ পৰিৱৰ্তে এনে জীৱন জীয়াই থাকিবলৈ চেষ্টা কৰক, যাৰ পৰা যিহোৱা আনন্দিত হয় (গীত ৩৯:৪, ৫; w০২-HI ১১/১৫ ২০ ¶১-২)

দোষী ভাৱনাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কঠিন লাগিলেও প্ৰাৰ্থনা কৰি থাকক (গীত ৩৯:১২; w২১.১০ ১৫ ¶৪)

যদি আপুনি নিজকে বেছি দোষী অনুভৱ কৰিছে, তেনেহʼলে মনত ৰাখক যিহোৱাই অনুতাপ কৰা লোকসকলক “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে।—যিচ ৫৫:৭.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৩৯:১—আমি কি কি পৰিস্থিতিত “মুখত সোপা দি” থকা উচিত? (w২২.০৯ ১২-১৩ ¶১৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৩৮:১-২২ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কৌশলতাৰে কথা পাতক—পৌলে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ১-২ আলোচনা কৰক।

৫. কৌশলতাৰে কথা পাতক—পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৪৪

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ২৯ আৰু প্ৰাৰ্থনা