জুন ১৪–২০
দ্বিতীয় বিবৰণ ৫-৬
গীত ১৩৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ৫:২১—‘তুমি লোভ নকৰিবা’ এই নিয়মৰপৰা আমি কি শিকিব পাৰোঁ? (w১৯.০২–HI ২২ ¶১১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ৫:১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। ব্যক্তিজনৰ প্ৰয়োজনৰ অনুসৰি বিষয়টো সাল-সলনি কৰক। বিষয়টোৰ লগত জড়িত বাইবেল পদ দেখুওৱাক। (শিক্ষা অধ্যায় ১২)
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ৯ ¶৬-৭ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পৰিয়ালত প্ৰেম দেখুওৱাক”: (১৫ মি.) আলোচনা। পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪২ আৰু প্ৰাৰ্থনা