Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক

যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক

পিতৃ-মাতৃসকলে প্ৰথমে নিজে যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱা উচিত (দ্বিতী ৬:৫; w০৫ ৭/১ ১২ ¶১১)

পিতৃ-মাতৃসকলে নিজৰ সন্তানৰ বাবে ভাল উদাহৰণ ৰখা উচিত (দ্বিতী ৬:৬; w০৭-E ৫/১৫ ১৫-১৬)

তেওঁলোকে সুযোগ পালেই নিজৰ সন্তানক যিহোৱাৰ বিষয়ে শিকোৱা উচিত (দ্বিতী ৬:৭; w০৫ ৭/১ ১২ ¶১৪)

পাৰিবাৰিক উপাসনাৰ উপৰিও আপুনি নিজৰ সন্তানক আৰু কেতিয়া শিকাব পাৰে, যাতে তেওঁলোকৰ হৃদয়ত যিহোৱা আৰু তেওঁৰ সিদ্ধান্তৰ প্ৰতি প্ৰেম বাঢ়ে?