Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”

“সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”

যিহোৱাই ইস্ৰায়েলীসকলক কেৱল তেওঁৰ উপাসনা কৰা লোকসকলকে বিয়া কৰিবলৈ কৈছিল (দ্বিতী ৭:৩; w১২-E ৭/১ ২৯ ¶২)

যিহোৱাই নিজৰ সেৱকসকলক সমস্যা আৰু চিন্তাৰপৰা ৰক্ষা কৰিব বিচাৰে (দ্বিতী ৭:৪; w১৫-HI ৩/১৫ ৩০-৩১)

বিবাহৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী এতিয়াও সলনি হোৱা নাই (১কৰি ৭:৩৯; ২কৰি ৬:১৪; w১৫-HI ৮/১৫ ২৬ ¶১২)

নিজকে সোধক, ‘প্ৰভুত বিয়া’ কৰাৰ আজ্ঞা পালন কৰিলে মোৰ কি লাভ হʼব?