Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”

“তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”

যিহোৱাক প্ৰেম কৰক আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰক (দ্বিতী ১০:১২, ১৩; w১০-HI ৭/১ ১৬ ¶৩-৪)

আজ্ঞাবোৰ পালন কৰিলে আমাৰেই লাভ হʼব (দ্বিতী ১০:১৩; w১০-HI ৭/১ ১৬ ¶৬)

আমি যিহোৱাৰ কাষ চাপি অহাটো তেওঁ বিচাৰে (দ্বিতী ১০:১৫; cl-HI ১৬ ¶২)

যিহোৱাই তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ আমাক হেঁচা নিদিয়ে। ইয়াৰ পৰিৱৰ্তে, আমি তেওঁক প্ৰেম কৰা আৰু “অন্তঃকৰণে সৈতে” তেওঁৰ আজ্ঞাবোৰ পালন কৰাটো যিহোৱাই বিচাৰে। (ৰোম ৬:১৭) যিসকলে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰে, তেওঁলোকে এক ভাল জীৱন-যাপন কৰে।