জুন ৭-১৩
দ্বিতীয় বিবৰণ ৩-৪
গীত ৯৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ৪:২৩—এই আজ্ঞাৰ অৰ্থ কি? (w০৪ ১১/১ ২৯ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ৩:১-১৩ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—উৎসাহেৰে শিক্ষা দিয়ক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক।
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ৫ ¶১-২ (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮, ৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৮ আৰু প্ৰাৰ্থনা