Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম

যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম

যিহোৱাৰ নিয়মবোৰ পালন কৰাটো বুদ্ধিমতাৰ কাম হয় (দ্বিতী ৪:৬; it-২-E ১১৪০ ¶৫)

আমাক লক্ষ্য কৰা বহুতো লোকে দেখিলে যে ঈশ্বৰৰ নিয়মবোৰ পালন কৰাটোৱে বুদ্ধিমানৰ কাম হয় (দ্বিতী ৪:৬; w৯৯-HI ১১/১ ২০ ¶৬-৭)

যিহোৱাৰ লোকসকলে জগতৰ লোকসকলতকৈ ভাল জীৱন-যাপন কৰে (দ্বিতী ৪:৭, ৮; w০৭-HI ৮/১ ৩০ ¶১৩)

যেতিয়া বহুতো লোকে লক্ষ্য কৰে যে ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰাৰ বাবে আমাৰ আচাৰ-ব্যৱহাৰ কিমান ভাল, তেতিয়া তেওঁলোকে আমাৰ সংগঠনৰ প্ৰতি আকৰ্ষিত হয়।

যিহোৱাৰ পৰামৰ্শ পালন কৰাৰ বাবে আপোনাৰ কি কি লাভ হৈছে?