Skip to content

Skip to table of contents

মে’ ১০-১৬

গণনা পুস্তক ৩০-৩১

মে’ ১০-১৬
  • গীত ৫১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৩০:১০-১২—চমূৱেলক যিহোৱাৰ সেৱাৰ বাবে আগবঢ়াবলৈ হান্নাই যি প্ৰতিজ্ঞা কৰিছিল, তাক পূৰ কৰিবলৈ ইলকানাই হান্নাক অনুমতি দিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ? (১চমূ ১:১১; it-২-E ২৮ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৩০:১-১৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫

  • সৃষ্টিৰপৰা ধৈৰ্য্য ধৰাৰ বিষয়ে শিকক: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত ভিডিঅʼখনত দেখুওৱা প্ৰতিটো গছ আৰু জীৱ-জন্তুৰ বিষয়ে এইবোৰ প্ৰশ্ন সোধক: এই সৃষ্টিৰপৰা আমি ধৈৰ্য্য ধৰাৰ বিষয়ে কি শিকিব পাৰোঁ? আমি কেনেকৈ নিজৰ জীৱনত এইদৰেই ধৈৰ্য্য ধৰিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১, ২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা