Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”

“সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”

যিহোৱাই প্ৰতিজ্ঞা কৰা দেশৰপৰা এনে সকলো বস্তু ধ্বংস কৰিবলৈ ইস্ৰায়েলীসকলক কৈছিল, যিবোৰে তেওঁলোকক যিহোৱাৰপৰা আঁতৰাই নিব পাৰিলেহেঁতেন (গণ ৩৩:৫২; w১০-E ৮/১ ২৩)

যিহোৱাই গোটেই দেশখনক অধিকাৰ কৰিবলৈ ইস্ৰায়েলীসকলক সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিছিল (গণ ৩৩:৫৩)

ইস্ৰায়েলীসকলে তেওঁলোকৰ শত্ৰুবিলাকক সম্পূৰ্ণৰূপে ধ্বংস নকৰা হʼলে, তেওঁলোকে বিপদত পৰিলেহেঁতেন (গণ ৩৩:৫৫, ৫৬; w০৮-HI ২/১৫ ২৭ ¶৫-৬; it-১-E ৪০৪ ¶২)

যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ হʼলে, আমি অনৈতিক আৰু তেওঁৰ লগত আমাৰ সম্পৰ্কত বাধা দিয়া কামবোৰৰপৰা আঁতৰি থকা উচিত। (যাকো ১:২১) আমাৰ দুৰ্বলতা আৰু এই জগতৰ প্ৰলোভনৰ বিৰুদ্ধে যুঁজ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব।